November 28, 2025 9:35 PM

views 11

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সাক্ষাৎ

নতুন দিল্লীত অনুষ্ঠিত ৩৭সংখ্যক সংসদীয় শিক্ষা নবি কাৰ্য্যসূচী-২০২৫ত অংশগ্ৰহণকাৰীসকলক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত অধ্যক্ষগৰাকীয়ে কয়, যে তেওঁ এই কাৰ্য্যসূচীত ভাগ লোৱা বিভিন্ন দেশৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীবিৰলাই কয়, যে ভাৰতীয় সংসদীয় পৰম্পৰা আৰু গণতান্ত্রিক মূল্যবোধৰ প্ৰতি থকা তেওঁলোকৰ আস্থা আৰু কৌতুহল অতি উৎসাহজনক। এই অংশগ্ৰহণকাৰীসকলে তেওঁলোকে লাভ কৰা এই সুযোগক অতি অর্থপূর্ণ অভিজ্ঞতা হিচাপে আখ্যা দিয়া বুলিও শ্রীবিৰলাই প্রকাশ কৰে। ল...