August 20, 2025 11:38 AM

views 26

গুৱাহাটীত আই আই এম স্থাপনৰ পথ প্ৰশস্ত; লোকসভাত বিধেয়ক গৃহীত; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

লোকসভাত কালি ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান বিধেয়ক গৃহীত কৰাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তোষ প্ৰকাশ কৰিছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, যে আই আই টি, এইমছ আৰু আই আই এম প্ৰতিষ্ঠাৰ জৰিয়তে অসম উত্তৰ-পূব ভাৰতৰ প্ৰধান শিক্ষাকেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। উল্লেখযোগ্য যে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান স্থাপনৰ পথ প্ৰশস্ত কৰি লোকসভাই কাল...