ডাউনলোড
মোবাইল এপ

android apple
signal

September 1, 2025 12:16 PM

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হ'ব বুলি তেল ব্যৱসায়ীক কোম্পানীসমূহে কালি প্ৰকাশ কৰিছে। এই অনুসৰি দিল...