August 15, 2025 12:42 PM

views 19

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণত

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশি দিয়া ভাষণত দেশৰ বীৰ ছদিহসকলৰ ত্যাগ আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতাই কেৱল আমাৰ অধিকাৰ ৰক্ষা কৰাই নহয়, ই আমাক ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালনৰ সুযোগ প্ৰদান কৰে বুলি ৰাজ্যপাল শ্ৰী আচাৰ্যই উল্লেখ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ দৰ্শনেৰে সমগ্ৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি গৈছে। প্রধানমন্ত্ৰীৰ বিভিন্ন আঁচনি আৰু যোজনাই আমাৰ ৰাজ্যখনকো উন্নতিৰ দিশলৈ লৈ গৈছে বুলি ৰাজ্যপালগৰাকীয়ে কয়। মুখ্যমন্...