September 18, 2024 7:48 PM

views 21

বিদ্যুৎ বিকাশ গগৈক অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ ন্যায় বিভাগৰ

অসম চৰকাৰৰ ন্যায় বিভাগে বিদ্যুৎ বিকাশ গগৈ নামৰ এজন অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তা কাৰ্যালয়ৰ কৰ্মচাৰী কমল নাথ, ব্ৰজেন কুমাৰ দাস আৰু অৰূপ কুমাৰ ডেকাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ট্রেডিঙৰ নামত চলোৱা প্ৰৱঞ্চনাৰ গোচৰত কালি জিংকি মিলি নামৰ এগৰাকী অভিযুক্তই জামিন লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰে অতিৰিক্ত লোক অধিবক্তাগৰাকীৰ লগতে কৰ্মচাৰী তিনিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হ...