April 10, 2025 7:11 PM

views 18

LOS ANGELES OLYMPIC-ত হ’বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ

২০২৮ চনৰ LOS ANGELES OLYMPIC-ত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত টী-২০ পদ্ধতি অনুসৰণ কৰা হ'ব। এই প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা উভয় শাখাতে ছটাকৈ দলে অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি – আই অ' চিৰ কাৰ্যবাহী পৰিষদে কালি অনুষ্ঠিত এখন বৈঠকত LOS ANGELES OLYMPIC-ত স্থান লাভ কৰিবলগীয়া বিভিন্ন প্ৰতিযোগিতাৰ ক্ষেত্ৰত অনুমোদন জনায়। আয়োজকসকলে ঘোষণা কৰা মতে, পুৰুষ আৰু মহিলা উভয়ৰে বাবে মুঠ ৯০ গৰাকীকৈ খেলুৱৈৰ দলৰ অংশগ্ৰহণত অনুমোদন জনোৱা হ'ব। অলিম্পিকৰ অংশ হিচাপে আয়োজিত ক্রিকেট প্রতিযোগিতাৰ স্থানসমূ...