July 30, 2024 7:18 PM

views 11

ৱায়নাডত সংঘটিত ভূমিস্খলনত উদ্ধাৰৰ বাবে সকলোধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক ৰাহুল গান্ধীৰ অনুৰোধ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত উদ্ধাৰৰ বাবে সকলোধৰণৰ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে। লোকসভাত এই বিষয়টো উত্থাপন কৰি শ্ৰী গান্ধীয়ে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লগতে সাহায্য শিবিৰ স্থাপন কৰিবলৈ আহ্বান জনায়। ৰাহুল গান্ধীয়ে কৈছে যে মুণ্ডক্কই গাঁওখন বিচ্ছিন্ন হৈ পৰিছে আৰু ইয়াৰ ভয়াৱহ ক্ষতিৰ মূল্যায়ন এতিয়াও হোৱা নাই। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দেশত ভূমিস্খলনৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰু ভূমিস্খলন হ'ব পৰা অঞ্চলসমূহ চি...