April 3, 2025 12:43 PM

views 12

লোকসভাত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ

লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ সম্পর্কীয় সাংবিধানিক প্রস্তাৱ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ লালজী বাৰ্মা, শিৱসেনাৰ অৰবিন্দ চাবন্ত, টি এম চিৰ চায়নী ঘোষ আৰু আন আনসকলে এই প্রস্তার সন্দৰ্ভত সদনত ভাষণ দি ৰাজ্যত হিংসাত্মক পৰিস্থিতি আৰু স্থানীয় জনসাধাৰণে সম্মুখীন হোৱা দুৰ্গতিৰ বিষয়টো উত্থাপন কৰে। বিধিসম্মত প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে মণিপুৰত স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো প্রচেষ্টা চলাই আছে। তেওঁ কয়, ৰাজ্যখনত শান্তি ঘুৰাই...