December 14, 2024 9:11 PM

views 15

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে বিশেষ আলোচনা

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই ৭৫ বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ প্ৰণেতাসকলৰ লগতে সুদীৰ্ঘ সময়জুৰি সংবিধানৰ প্ৰতিটো নীতি-আদৰ্শ শ্ৰদ্ধাৰে অনুসৰণ কৰি অহা দেশৰ জনসাধাৰণক শ্রদ্ধা জ্ঞাপন কৰে। ভাৰতৰ স্বকীয়তাত বৈচিত্ৰ্যৰ মাজত ঐক্য নিবদ্ধ হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বৈচিত্ৰ্যক উদযাপন কৰিয়েই দেশৰ প্ৰগতি সুনিশ্চিত হৈছে। ইয়াৰ পূৰ্বে, আলোচনাত অংশ লৈ সংসদীয় পৰিক্ৰমা মন্...