May 24, 2024 12:12 PM

views 20

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে ভোটদাতাসকলৰ মন জয় কৰিবলৈ ৰাজনৈতিক দলসমূহৰ আজি বিভিন্ন স্থান প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ কুশিনগৰ, বালিয়া আৰু সোণভদ্রা জিলাত প্ৰচাৰ চলাব। আনহাতে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে মহাৰাজগঞ্জ, কুশিনগৰ দেঅ’ৰীয়া আৰু গোৰখপুৰত দলৰ হকে প্ৰচাৰত ভাগ ল'ব। ইপিনে কংগ্ৰেছৰ মুখপাত্র অভয় দুবেই আজি বাৰানসীত দ...