June 4, 2024 6:58 PM

views 32

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত আছে। নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৮খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত জয়লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক পৰাস্ত কৰে। একেদৰে লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, শিলচৰ, ডিফু, গুৱাহাটী আৰু দৰং-ওদালগুৰিত জয়লাভেৰে বিজেপি নেতৃত্বাধীন এ...

June 4, 2024 4:15 PM

views 34

অসমত বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্রায় এক লাখ ৯৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ সামগ্রিকভাৱে এক লাখ ২৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহ...

May 30, 2024 1:49 PM

views 34

মাজুলীত ভোটগণনাত অংশ ল’বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকক প্ৰশিক্ষণ

মাজুলীত কালি ভোটগণনাত অংশ ল'বলগীয়া ৩৬ গৰাকী গণনা তত্ত্বাৱধায়ক আৰু সহকাৰী গাণনিকৰ প্ৰশিক্ষণ অনুষ্ঠিত৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৬০ গৰাকী ভোটগণনাকাৰী বিষয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিত ভোটগণনাৰ বাবে নিয়োজিত ৮৬ গৰাকী বিষয়া-কৰ্মচাৰীক কালি ভোট গণনাৰ প্ৰশিক্ষণ দিয়া হয়। ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে...

May 30, 2024 1:10 PM

views 71

প্ৰথমবাৰৰ বাবে দেশত ৮৫ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছেঃ নিৰ্বাচন আয়োগ

নিৰ্বাচন আয়োগে শাৰীৰিক বা অন্য যিকোনো বাধাগ্ৰস্ততাৰ বাবে যাতে কোনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাংগীনতা আৰু সুলভতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যাপক অগ্রগতি লাভ কৰিছে। আয়োগে কয় যে এতিয়ালৈকে ছয়টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বিশেষভাৱে সক্ষম ব্যক্তি জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগৰ ব্যক্তি আৰু বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ দৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰৰ মাজত নিৰ্বাচনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। আয়োগে লগতে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাব...

May 28, 2024 7:51 PM

views 21

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ ময়দানত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে ৪ জুনৰ পাছত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হৈ উঠিব। ঝাৰখণ্ড মুক্তিমৰ্চা আৰু কংগ্ৰেছে নিজৰ কাৰ...

May 25, 2024 6:14 PM

views 29

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত ৭০ শতাংশ, ঝাৰখণ্ডত ৫৪ শতাংশ, উত্তৰ প্ৰদেশত ৪৪ শতাংশ, হাৰিয়ানাত ৪৬ শতাংশ, বিহাৰত ৪৫ শতাংশ, জম্মু কাশ্মীৰত ...

May 25, 2024 4:57 PM

views 28

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে, ভোটাধিকাৰ এটা দায়িত্ব আৰু ক্ষমতা। Read Now : ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল, সক্ৰিয় আৰু ফলদায়ক গণতন্ত্ৰ বুলিও তেওঁ লগতে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, হৰদ্বীপ পুৰ...

May 25, 2024 4:58 PM

views 34

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ

◊ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত অন্ত পৰিব। শেহতীয়া খবৰ অনুসৰি দিনৰ ১ বজা পর্যন্ত সামগ্ৰিকভাৱে ৩৯.১৩ শতাংশ ভোটদান সম্পন্ন হৈছে। Read More : ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখ...

May 24, 2024 12:15 PM

views 17

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কাইলৈ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে, যোৱা ২০ মে’ত অনুষ্ঠিত পঞ্চম পৰ্যায়ৰ লো...

May 21, 2024 11:33 AM

views 51

পাঞ্জাবত লোকসভা নির্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

পাঞ্জাৱতো লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনত এইবেলি ৩২৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১৫৯ গৰাকী বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমাৰ বিপৰীতে আন ১৬৯ গৰাকী প্ৰাৰ্থী নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈছে। অৱশ্যে ৰাজ্যখনৰ ইতিহাসত এই পর্যন্ত মাত্ৰ এগৰাকী নিৰ্দলীয় প্রার্থীহে লোকসভা নিৰ্বাচনত জয়ী হৈছে। ৰাজ্যখনত অহা ১ জুনত ১৩টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। এই নির্বাচনত ভাৰতীয় জনতা পাৰ্টী, ...