May 29, 2024 6:19 PM

views 38

অহা মাহৰ ৩০ তাৰিখলৈকে আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে নিযুক্তি

আই এ এছ প্রদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে অহা মাহৰ ৩০ তাৰিখলৈকে নিযুক্তি দিয়া হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে আই এ এছ ৰাকেশ ৰঞ্জনক কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবেও অনুমোদন জনাইছে। ইয়াৰ লগতে ১৯৯১ বেটছৰ আই এ এছ অমিত যাদৱক সামাজিক, ন্যায় আৰু সবলীকৰণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩১ জুলাইত বিভাগটোৰ বৰ্তমানৰ সচিব সৌৰভ গাৰ্গে অৱসৰ লোৱাৰ পাছত অমিত যাদবে সচিবৰ দায়িত্ব গ্ৰহণ কৰিব। একেদৰে ১৯৯০ বেটছৰ আই এ এছ ৰাজকুমাৰ গোৱেলক গৃহ মন্ত্ৰ্য...