August 5, 2024 12:21 PM

views 26

ৰাজ্যজুৰি আজি লোক কল্যাণ দিৱস পালন

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস পালন কৰা হৈছে । এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্রীয় কার্যসূচীত ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা ১৮ গৰাকী প্ৰশাসনিক বিষয়াক আজি মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে, এইবাৰ এই বঁটাৰ বাবে ৫২খন আবেদন লাভ কৰা হৈছিল যদিও ইয়াৰ ভিতৰত ছটা বিভাগৰ সেৱাকহে বঁটাৰ বাবে বা...