June 14, 2025 6:20 PM

views 15

ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি

ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে জিলাখনত অমীমাংসিত ৬৬৫ টা গোচৰৰ ভিতৰত ২০১ টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু বেংক ঋণৰ ১৩৪ টা গোচৰ মীমাংসা কৰা হয়। জিলাখনৰ লোক আদালতৰ জৰিয়তে ২৯ লাখ ২৯ হাজাৰ ৬৯১ কোটি টকা সংগ্ৰহ কৰা হৈছে বুলি জিলা আৰু চেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই প্ৰকাশ কৰিছে। বিশ্বনাথ জিলাতো আজি জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগ...

March 8, 2025 6:55 PM

views 26

দেশৰ ভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত ১ হেজাৰ ২৮৮টা অমীমাংসিত গোচৰৰ ভিতৰত ৬৭১টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ লিমিটেডৰ পৰা সৰ্বাধিক ৫৫২ গোচৰ মীমাংসা কৰা হৈছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে এক কোটি ৪ লাখ ২২ হাজাৰ ৯৯২ টকা সংৰক্ষণ কৰা হৈছে বুলি এখন সংবাদ মেলত জিলা আইন সেৱা প্ৰাধিকাৰী উচ্চবৰ্ণৰ সহায়কে জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য ন্য...

September 14, 2024 8:14 PM

views 11

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন জিলাত লোক আদালত অনুষ্ঠিত

দেশৰ অন্যান্য ঠাইৰ লগতে আজি ৰাজ্যৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে লোক আদালত অনুষ্ঠিত হয়। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগত আজি জিলাখনৰ কেইবাখনো আদালতত লোক আদালত কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আৰু কাৰ্যবাহী দণ্ডধীশৰ আদালতত এই লোক আদালত অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ দ্বাৰা নিষ্পত্তিৰ বাবে মুঠ এহেজাৰ ৮০ টা গোচৰ ধাৰ্য কৰা হৈছিল যদিও ৩৯৯ টা নিষ্পত্তি কৰা হয়। ইয়াৰ দ্বাৰা ১৮ লাখ ৭...

September 2, 2024 6:28 PM

views 28

লখিমপুৰ আৰু ঢকুৱাখনা জিলাৰ ন্যায়িক আদালত চৌহদত অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত

লখিমপুৰ জিলাৰ ন্যায়িক আদালত চৌহদ আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালত চৌহদত অহা ১৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণ নিৰ্দেশনাত এই লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতত ভূমি অধিগ্ৰহণ গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ, বিদ্যুৎ, পানীৰ মাচুল, মটৰ দুৰ্ঘটনাৰ দাবীৰ গোচৰ, গ্ৰাহক পৰিক্ৰমা গোচৰকে ধৰি বিভিন্ন গোচৰৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে জনসাধাৰণক ...