December 11, 2024 9:09 PM

views 10

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীতকৰণৰ সিদ্ধান্ত

লোকসভাই দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষক শক্তিশালী কৰিছে। এই সংশোধিত বিধেয়কখনে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত দুৰ্যোগ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰসমূহক বিধেয়কখনে ৰাজধানী আৰু মহানগৰসমূহত ...