June 7, 2024 7:57 PM

views 19

মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কংগ্ৰেছৰ

কংগ্ৰেছে মহাত্মা গান্ধী, ছত্রপতি শিৱাজী মহাৰাজ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ দলৰ নেতা পৱন খেৰাই কয় যে দেশবাসীয়ে এই মহান নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ আঁৰৰ প্ৰকৃত অভিপ্ৰায় জানিব খুজিছে। তেওঁ কয় যে চৰকাৰে এই বিষয়ে সংসদৰ ভিতৰত আৰু বাহিৰত উত্তৰ দিব লাগিব। অৱশ্যে লোকসভা সচিবালয়ে মহান নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তি স্থ...