July 26, 2024 12:35 PM July 26, 2024 12:35 PM
7
লোকসভাত কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা; বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীৰ
লোকসভাত কালি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে। বাজেট সম্পর্কে উত্থাপন কৰা বৈষম্যৰ অভিযোগ খণ্ডন কৰি এন চি পিৰ সুনীল তটকৰেই কয় যে, মহাৰাষ্ট্ৰত এন ডি এৰ শাসনকালত সৰ্বাধিক উন্নয়ন হৈছে। তৃণমূল কংগ্ৰেছৰ সৌগত ৰয়ে আলোচনাত অংশ লৈ এইবাৰৰ বাজেটখনক শেহতী...