December 16, 2025 12:27 PM

views 14

লোকসভাত উত্থাপিত বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক-২০২৫ পুনৰীক্ষণৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ

লোকসভাত কালি বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক ২০২৫ উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বিধেয়কখন লোকসভাত উত্থাপন কৰে। অৱশ্যে বিৰোধী দলৰ সদস্যসকলে এই বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰে ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে কার্য উপদেষ্টা সমিতিৰ বৈঠকত কেইবাগৰাকীও সাংসদে বিধেয়কখনৰ সন্দৰ্ভত ব্যাপক বিচাৰ বিবেচনাৰ ক্ষেত্ৰত জোৰ দিছিল। তেওঁ কয় যে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰে এই বিধেয়ক পৰৱৰ্তী পৰ্যায়ত ব্যাপক ...