May 6, 2024 1:41 PM May 6, 2024 1:41 PM
13
কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬ টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ
♦ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটাৰসকলে যাতে অতি সহজে ভোটকেন্দ্র চিনাক্ত কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ০৩৬১-৪০৮৪৯৭৫ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। স্থানান্তৰ কৰা ভোটকেন্দ্ৰসমূহৰ ভোটাৰসকলে যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই ...