June 4, 2024 6:49 PM June 4, 2024 6:49 PM
18
বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে
দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে শাসনাধিস্থিত বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে। আনহাতে, আই এন ডি এ মিত্রজোঁটে ২৯ খনত জয়লাভ কৰাৰ বিপৰীতে ২০৬ খনত আগবাঢ়ি আছে। বিজেপিয়ে অকলে ৮৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১৫১ খনত অগ্রগতি লাভ কৰি আছে। কংগ্ৰেছে ইতিমধ্যে ২৩খন আসনত জয়লাভ কৰাৰ উপৰি ৭৭ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত ...