April 19, 2024 8:52 PM April 19, 2024 8:52 PM
11
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি দেশৰ ২১ খন ৰাজ্যৰ ১০২ খন আসনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণৰ জৰিয়তে কেইবাগৰাকীও উল্লেখযোগ্য ৰাজনীতিকৰ ভাগ্য ইভিএমত বন্দী হৈছে। ইয়াৰে ভিতৰত নাগপুৰ লোকসভা সমষ্টিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, ডিব্ৰুগড় লোকসভা সমষ্টিত সর্বানন্দ সোণোৱাল, পশ্চিম অৰুণাচল লোকসভা সমষ্টিত কিৰেণ ৰিজিজু, বিকানেৰ লোকসভা সমষ্টিত অর্জুন ৰাম মেঘৱাল, হৰিদ্বাৰত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্রিবেন্দ্র সিং ৰাৱটি, পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিত বিপ্লৱ কুমাৰ দেৱ, নাইনিতাল-উধমসিং নগৰ লোকসভা ...