March 31, 2024 9:09 PM

views 81

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলাব। নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে তেওঁ আজি মাজুলীৰ গড়মূৰৰ কাছাৰী ময়দানত উপস্থিত হয়। তেওঁ কাইলৈ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিঃমিঃ চাইকেল ৰেলীত অংশ ল'ব। মাজুলীত উপস্থিত হৈ তেওঁ পোনে পোনে চেলেক-ধুনাগুৰি-লখিমপুৰ সং...

March 31, 2024 8:40 PM

views 59

উত্তৰ প্ৰদেশৰ মীৰাটত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত এখন বিশাল নির্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ সভাত ভাষণ দি মোদীয়ে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচন কেৱল বিজেপি চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ বাবে এই নির্বাচন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তেওঁ লগতে কয় যে, যেতিয়া ভাৰত বিশ্বৰ একাদশ বৃহত্তম অর্থনীতি আছিল, তেতিয়া ভাৰতৰ দৰিদ্ৰতাৰ হাৰ আকাশলংঘী হৈছিল, যেতিয়া ভাৰত পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগ...

March 31, 2024 8:36 PM

views 45

উত্তৰ প্ৰদেশৰ মীৰাটত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত এখন বিশাল নির্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ সভাত ভাষণ দি মোদীয়ে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচন কেৱল বিজেপি চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ বাবে এই নির্বাচন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তেওঁ লগতে কয় যে, যেতিয়া ভাৰত বিশ্বৰ একাদশ বৃহত্তম অর্থনীতি আছিল, তেতিয়া ভাৰতৰ দৰিদ্ৰতাৰ হাৰ আকাশলংঘী হৈছিল, যেতিয়া ভাৰত পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগ...

March 31, 2024 7:38 PM

views 63

কাৰ্বি আংলং জিলাৰ ডিফুত ভোটদান আৰু ভোটাৰ সজাগতা সভা

সমাগত লোকসভা নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয় লিংগৰ ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলাৰ ডিফুৰ জিলা আয়ুক্ত কার্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে জিলাখনৰ ১৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ বাবে ভোটগ্রহণ কেন্দ্ৰত পৃথক শাৰী ৰখা হ'ব বুলি জনাইছে। তেওঁ লগতে তৃতীয় লিংগৰ ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সভাৰ জৰিয়তে আহ্বান জনায়। ভোটদানৰ সজাগতা সৃষ্টিৰ লক্...

March 30, 2024 9:54 PM

views 51

সমাগত লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে, বিজেপিয়ে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰক কৰ্ণেল সমষ্টিৰ পৰা প্রার্থিত্ব দিয়াৰ বিপৰীতে উত্তৰ...

March 30, 2024 9:22 PM

views 36

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু কেন্দ্ৰীয় মন্ত্রী পিয়ুছ গোৱেলক সহ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই সমিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি অৰ্জুন মুণ্ড...

March 30, 2024 9:00 PM

views 48

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা অব্যাহত

আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে, ৪ এপ্ৰিলত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলিপ শ‍ইকীয়াই মনোনয়ন দাখিল কৰিব। আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰা...

March 30, 2024 8:38 PM

views 41

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা অন্ত

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ অন্ত পৰিছে । মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়নপত্র প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত প্ৰথম পৰ্যায়ত ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্য্যায়ৰ বাবে ৩৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ বিবেচিত হৈছিল। এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিয়ে এই পৰ্য্যায়ৰ ৫খন আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা ক...

March 29, 2024 10:01 PM

views 19

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটৰ ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলৰ মাজত আসনৰ ভাগ-বাটোৱাৰা

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটে আজি ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ে ঘোষণা কৰিছে। এই ভাগ-বাটোৱাৰাৰ চুক্তি অনুসৰি লালু প্ৰসাদ নেতৃত্বাধীন RJD-এ ২৬ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৯ খন আসনৰ বাবে প্ৰাৰ্থী থিয় কৰোৱাব। ৫ খন আসনত বাঁওদলসমূহৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইপিনে, CPI-ML-এ ৩ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ লগতে CPI-M আৰু CPI-এ এখনকৈ আসনত প্রার্থী দিব। পাটনাত আজি এখন যুটীয়া সংবাদমেল সম্বোধন কৰি মহা মিত্ৰজোঁটৰ নেতাসকলে ...

March 29, 2024 9:49 PM

views 61

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ অহা ১৯ এপ্ৰিলত ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাৰ মাহমৰাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে৷ জিলাখনৰ আনকেইবাটাও স্থানত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলায়। দলীয় সমর্থকে শ্রীগগৈক মটৰচাইকেল সমলেৰে আদৰি নিয়ে। কাজিৰঙা লোকস...