June 18, 2024 8:22 PM June 18, 2024 8:22 PM

views 30

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

June 5, 2024 11:50 AM June 5, 2024 11:50 AM

views 19

লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটৰ ২৯২খন আসন লাভ

লোকসভা নিৰ্বাচনৰ ৫৪৩খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হৈছে। সেই অনুসাৰে বিজেপি নেতৃত্বাধীন এন-ডি-এ মিত্রজোঁটে ২৯২খন আসন লাভ কৰিছে। আনহাতে, আই এন ডি আই মিত্রজোঁটে ২৩৩খন আসন লাভ কৰি দ্বিতীয় স্থানত আছে। অন্যান্যসকল ১৮খন আসনত জয়ী হৈছে। বিজেপিয়ে অকলে ২৪০খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছে। তেলেগু দেশমে ১৬ আৰু জে ডি ইউয়ে ১২খন আসন হস্তগত কৰিছে। কংগ্ৰেছে ৯৯খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পার্টীয়ে ৩৭খন, তৃণমূল কংগ্ৰেছে ২৯খন, ডি এম কে ২২খন শিৱসেনা উদ্ধৱ থাকৰে ৯খন, এন-চি-পি শাৰদ যাদৱ ৮খ...