November 27, 2024 8:58 PM
13
আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত
দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ ফলত আজিও সংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ পাছত দিনৰ চাৰে ১১ বজাত উচ্চ সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, বাঁওপন্থী দল, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পার্টী, আম আদমী পাৰ্টী আৰু আন কেইবাটাও দলে তেওঁলোকৰ দ্বাৰা উল্লেখিত বিষয়কেইটাৰ সন্দৰ্ভত সদনত সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ দাবী জনায়। স...