February 5, 2025 1:05 PM February 5, 2025 1:05 PM

views 8

লোকসভাত সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ

লোকসভাত কালি সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ পাছতে সদনত ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লোকসভাত কালি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে সংবিধানত উল্লেখিত মূল্যবোধ শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। ৰাষ্ট্ৰপতিৰ ভাষণৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে সংবিধানৰ প্ৰতি তেওঁৰ চৰকাৰৰ দায়বদ্ধতাই দলক শক্তিশালী আ...