December 8, 2025 7:58 PM December 8, 2025 7:58 PM
6
ৰাজ্যৰ ভিন্ন প্ৰান্তত লোক আদালতৰ বাবে প্রস্তুতি অব্যাহত
অহা ১৩ ডিচেম্বৰত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ততো লোক আদালতৰ বাবে প্রস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা আদালতত ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লখিমপুৰ আইন সেৱা প্ৰাধিকৰণৰ সচিবে বিভিন্ন ধৰণৰ গোচৰ যেনে বিত্তীয় লেন-দেন সংক্রান্তিয় গোচৰ, শ্রম বিবাদ, বেংকৰ ঋণ অনাদায়, বিদ্যুৎ, পানী যোগানৰ বিল সংক্রান্তিয় গোচৰ মীমাংসা যোগে হ'বলগীয়া ফৌজদাৰী আৰু দেৱানী গোচৰ আৰু অন্যান্য গোচৰৰ বিবাদৰ সৈত...