ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 9, 2025 1:00 PM

view-eye 4

মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হ...

January 8, 2025 9:00 PM

view-eye 1

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমুৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্...

January 8, 2025 8:56 PM

view-eye 1

বজালীত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা মন্ত্ৰী ৰনজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিত কুমাৰ দাসে আজি বজালিত ২৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৬ খন দলং আৰু ৩টা পথৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কৰিবলগীয়া ...

January 8, 2025 8:50 PM

দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট

নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাত...

December 30, 2024 12:33 PM

view-eye 5

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী ...

December 14, 2024 1:54 PM

view-eye 3

প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ জে এছ বি অসামৰিক চিকিৎসালয়ত হুলস্থূলীয়া পৰিবেশ

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত থকা জে এছ বি অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে এগৰাকী প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। চিজাৰিয়ান পদ্ধতিত এগ...

December 6, 2024 10:53 AM

view-eye 1

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। ৯ ডিচে...

November 29, 2024 8:15 PM

view-eye 4

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দল দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়া উপস্থিত

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দলে দুদিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হয়। বিধায়ক নুৰল হুদাৰ নেতৃত্বত যোৱা দলটোৱে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ সন্...

November 2, 2024 7:31 PM

view-eye 2

গোসাইগাঁৱৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত ২ টা বন্দুক উদ্ধাৰ

গোসাইগাওঁ মহকুমাৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিয়ে যৌথ অভিযান চলাই দুটা বন্দুক উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে কচুগাওঁ থানাৰ অন্তৰ্গত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ টাকামপুৰৰ হা...

October 26, 2024 6:55 PM

view-eye 7

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা

গোলাঘাট জিলাৰ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ২৫ নৱেম্বৰত এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ প্ৰদান কৰা হ'ব।...