October 28, 2026 8:53 PM
4
ভূটানৰ গেলেফু চহৰৰ ১০৮ টা বৌদ্ধস্তুপ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত চিৰাঙৰ শ্যামথাইবাৰীত নিৰ্মাণ কৰা আদৰণি তোৰণ মুকলি হাগ্ৰামা মহিলাৰীৰ
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু চহৰৰ ১০৮ টা বৌদ্ধস্তুপ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই পৰিপ্ৰেক্ষিতত চিৰাঙৰ শ্যামথাইবাৰীত নিৰ্মাণ কৰা আদৰণি তোৰণৰ ফিটা কাটি মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। উল্লেখযোগ্য যে ভাৰত-ভূটান সীমান্তৰ এই বিশেষ ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২০ খন দেশৰ লক্ষাধিক পৰ্যটকৰ এই পথেৰে আগমন ঘটিব। ইতিমধ্যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্যামথাইবাৰীৰ পৰা ভূটান সীমান্তৰ দাদগিৰিলৈ ৩৫ কিলোমিটাৰযোৰা পথ নতুনকৈ সজাই তোলা হৈছে শ্রীমহিলাৰীয়ে আজি হাতীসাৰ দাদগিৰিত ...