October 30, 2024 12:34 PM

views 21

এল অ’ চি কেলেংকাৰি গোচৰৰ ৰায়; ৫জনক দোষী সাব্যস্ত, ৭জনক দোষমুক্ত ঘোষণা

গুৱাহাটীস্থিত চিবিআইৰ বিশেষ আদালতে কালি কেইবা কোটি টকীয়া লেটাৰ অৱ ক্রেডিট (এলঅ’চি) কেলেংকাৰিৰ গোচৰ সন্দৰ্ভত ৰায় দিয়ে। তদানীন্তন অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত সংঘটিত কেলেংকাৰিটোৰ সৈতে জড়িত পাঁচজনক কালি আদালতে দোষী সাব্যস্ত কৰাৰ লগতে তথ্য প্রমাণৰ অভাৱত ৭জনক দোষমুক্ত ঘোষণা কৰে। ইয়াৰে বি এন চক্ৰৱৰ্তীক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত ৫০ হাজাৰ টকা জৰিমনাসহ তিনি বছৰ, মহিবুৰ ৰহমানক ১০ হাজাৰ টকা জৰিমনাসহ দুবছৰ, জয়ন্ত শৰ্মা আৰু তৰুণ কুমাৰ দাসক ১০ হাজাৰ টকা জৰিমনাসহ ৩ বছৰকৈ আৰু প্ৰণৱ শ‍ইকীয়াক ...