September 14, 2024 11:03 AM

views 40

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

■ সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্রচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে সকলো ভাৰতীয় ভাষাই দেশৰ গৌৰৱ আৰু ঐতিহ্য। এই ভাষাসমূহৰ উন্নতি অবিহনে দেশৰ প্ৰগতি সম্ভৱ নহয়। ৰাজভাষা হিচাপে হিন্দীৰ সৈতে সকলো ভাৰতীয় ভাষাৰ সম্...