February 5, 2025 7:58 PM

views 11

লিবিয়াত থকা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ

লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা ১৮গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই ১৮গৰাকী ভাৰতীয় আজি স্বদেশত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই ভাৰতীয় লোককেইজন কামৰ বাবে লিবিয়ালৈ গৈছিল আৰু কেইবা সপ্তাহ ধৰি তাত আবদ্ধ হৈ আছিল। তেওঁ কয় যে দূতাবাসে স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি যাত্ৰাৰ বাবে প্ৰয়োজনীয় নথি আৰু অনুমতিৰে লোককেইজনক স্বদেশলৈ ঘূৰা...