February 2, 2025 6:55 PM

views 16

লিবিয়াৰ উপকূলত নাও বুৰি কমেও ২০ জন লোকৰ মৃত্যু

লিবিয়াৰ উপকূলৰ পৰা ইটালীলৈ অবৈধ প্ৰবজনকাৰী কঢ়িয়াই নিয়া এখন নাও বুৰাৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হৈছে। মৃত লোককেইজন বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰা হৈছে। অৱশ্যে কালি বাংলাদেশৰ বৈদেশিক মন্ত্ৰ্যালয়ে মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে উপযুক্ত নথি পোৱা নাই বুলি জানিবলৈ দিয়ে। লিবিয়াৰ পৰা প্রায় ৪০ কিলোমিটাৰ দূৰত্বত থকা আজদাবিয়াত শুকুৰবাৰে এই গলিত মৃতদেহকেইটা সমাধিস্থ কৰা হয় বুলি বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে জনাইছে। এই লোককেইজন উন্নত সুযোগৰ সন্ধানত লিবিয়াৰ পৰা ইটালীলৈ নাৱেৰে কৰা বিপদজনক যাত্ৰাৰ স...