January 30, 2025 6:58 PM
10
আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাসমূহত আজিৰে পৰা ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মাজুলী জিলাৰ গড়মূৰ পীতাম্বৰ দেৱ জিলা চিকিৎসালয়ৰ নাৰ্ছিং স্কুলত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে জিলা চিকিৎসালয়ৰ উপ-অধীক্ষক, স্বাস্থ্য বিষয়াৰ লগতে আশাকৰ্মী আৰু নাৰ্ছিং স্কুলৰ শিক্ষাৰ্থীসকলে অংশগ্রহণ কৰে। অহা ১৩ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই বিশেষ অভিযানত মাজুলী জিলাৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যকর্মী, আ...