December 16, 2024 12:42 PM

views 10

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ কালি দেহাৱসান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রান্সিস্কো চহৰৰ এখন চিকিৎসালয়ত ৰক্তচাপজনিত অসুখত শিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। ছটা দশক ধৰি সংগীতৰ সৈতে জড়িত হৈ থকা হুছেইনে চলিত বৰ্ষৰ প্ৰথমভাগত গ্ৰেমীত তিনিটা বঁটাসহ মুঠ ৫টা গ্ৰেমী বঁটাৰ সন্মান লাভ কৰিছিল। জীৱনকালত তেওঁ ছাজ, হিট এণ্ড ডাষ্ট, মংকীমেন আদি কেইবাখনো চিনেমাত অভিনয় কৰিছিল। সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীগৰাকীক ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০...