ডাউনলোড
মোবাইল এপ

android apple
signal

August 25, 2025 9:32 PM

উগ্রপন্থী সংগঠন হিজবুল্লাক নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰৰ সিদ্ধান্তক ইজৰাইলৰ আদৰণি

উগ্রপন্থী সংগঠন হিজবুল্লাক এইবছৰৰ শেষৰ ফাললৈ নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰে লোৱা সিদ্ধান্তক ইজৰাইলে আদৰণি জনাইছে। ইজৰাইলী প্রধানমন্ত্ৰী নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এটা ব...