October 25, 2025 11:27 AM
134
এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত কেন্দ্ৰৰ অনুমোদন
চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেন্সন আঁচনি, এন পি এছ আৰু সংহত পেন্সন আঁচনি ইউ পি এছৰ অন্তর্গত এল চি ছেভেণ্টি ফাইভ আৰু বি এল চি বিনিয়োগ বিকল্পৰ সম্প্ৰসাৰণত অনুমোদন দিছে। বেচৰকাৰী গ্ৰাহকৰ বাবে থকা বিনিয়োগৰ বিকল্পৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও তেওঁলোকৰ বাবে দীৰ্ঘদিন ধৰি এই সুবিধাৰ দাবী কৰি আহিছে। কৰ্মচাৰীসকলে যাতে অৱসৰকালীন পৰিকল্পনা কৰাত স্বাচ্ছ্যন্দ অনুভৱ কৰে আৰু বিচৰা ধৰণে বিনিয়োগ কৰিবলৈ বিকল্প সুবিধা লাভ কৰিব পাৰে সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এন পি...