November 1, 2024 12:53 PM

views 14

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১৭ সংখ্যক লাংখন উৎসৱৰ সামৰণি

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ আমৰি সমষ্টিৰ উলুকুঞ্চি তিৱা সাংস্কৃতিক চৌহদত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১৭ সংখ্যক লাংখন উৎসৱৰ কালি সামৰণি পৰে। তিৱা পৰম্পৰাগত লোককৃষ্টিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্যগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।