June 24, 2025 12:11 PM
7
বৰাক উপত্যকাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন
বৰাক উপত্যকাত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। পাহাৰ লাইনৰ জাতিংগা-লামপুৰ অংশৰ ৰে'ললাইনত হোৱা ভূমিস্খলনৰ বাবে সকলো ৰে’লসেৱা বাতিল কৰি দিয়াত উপত্যকাটোৰ জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ-কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ বাবে ৰে'ল আৰু পথ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক প...