July 5, 2025 8:38 PM
ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ লালু প্রসাদ যাদৱৰ
জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱাৰ পাছত পাৰ্টন...