December 27, 2024 11:08 AM
10
চীনৰ শ্বেনবানত হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেনত লক্ষ্যসেনৰ লগতে ৭গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈৰ অংশগ্ৰহণ
বিশ্বৰ দ্বাদশ বাছনিৰ ভাৰতীয় খেলুৱৈ লক্ষ্যসেনৰ লগতে আন ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ চীনৰ শ্বেনবানত কাইলৈ আৰম্ভ হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন ২০২৪ত অংশ ল'ব। এই প্রতিযোগিতাত একক শাখাত মুঠ ৮ গৰাকী খেলুৱৈয়ে ভাগ ল'ব আৰু ভাৰতৰ লক্ষ্যসেন আজি কোৱাটাৰ ফাইনেলত হংকঙৰ এংগজ এনজিৰ বিৰুদ্ধে কোর্টত নামিব। প্রতিযোগিতাত ভাগ লোৱা আন খেলুৱৈৰ মাজত প্ৰাক্তন বিশ্ব চেম্পিয়ন ছিংগাপুৰৰ ল'হ কিন, ফ্ৰান্সৰ এলেক্স লেনিয়েৰ আৰু চীনৰ হু ঝে আন অন্যতম।