July 30, 2024 7:14 PM

views 15

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যৰ শপতগ্ৰহণ

ৰাজ্যৰ ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচার্যই আজি শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বিজয় বিষ্ণুয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্রসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফ...