April 6, 2024 4:58 PM
15
দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচন
দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত চাৰিজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা এন চি পিৰ শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী মহম্মদ ফৈজল, প্রাক্তন সাংসদ তথা কংগ্ৰেছৰ প্রার্থী হামদুলিল্লাহ ছৈয়দ, বিজেপি সমর্থিত এন চি পিৰ অজিত পাৱাৰ গোটৰ প্ৰাৰ্থী টি পি ইউছুফ আৰু নিৰ্দলীয় প্রার্থী কে কয়াৰ মাজত ...