March 16, 2025 7:11 PM

views 19

লখিমপুৰ জিলাৰ আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰ মুকলি

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চি আই ডি এফ আঁচনিৰ অধীনত আজি অলপতে আধুনিকীকৰণ কৰা লখিমপুৰ জিলা গ্ৰন্থাগাৰ মুকলি কৰা হয়। গৃহ আৰু নগৰ পৰিক্ৰমা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰন্থাগাৰটো মুকলি কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ'ব। এই পুথিভৰাঁলটোত বিজ্ঞান, ইতিহাস, সাহিত্য আৰু কলাকে ধৰি বিভিন্ন বিষয়ৰ আলোচনী, গ্রন্থ, পত্রিকা তথা বাতৰি কাকতৰ মেটমৰা সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পুথিভৰাঁলটোৰ সৈতে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত এটা প্ৰেক্ষাগৃহও ম...