September 15, 2025 1:13 PM

views 12

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক আলোচনা-সত্ৰ

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কালি সেউজ মিত্র ফাউণ্ডেছনৰ উদ্যোগত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শ‍ইকীয়া আৰু লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকা সমল ব্যক্তি ৰূপে উপস্থিত থাকে। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি উৎসর্গিত সেউজ মিত্ৰ ফাউণ্ডেছনে লখিমপুৰ জিলাখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। কালিৰ অনুষ্ঠানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত ...

March 18, 2025 1:27 PM

views 17

চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল’শ্বিপ প্ৰ’গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত

অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে ২০২৪ বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্রীণ ফেল'শ্বিপ প্ৰ'গ্ৰামৰ অধীনত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৩ গৰাকী ছাত্রী ইউৰোপৰ ক্ৰ'ৱেচিয়াৰ জচিপ জুৰাজ, স্কৰ'চমায়াৰ অচিজেক বিশ্ববিদ্যালয়লৈ পৰিৱেশ বিষয়ক হ্রস্বকালীন প্রশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মুখ্যমন্ত্রী, শিক্ষামন্ত্রী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু পৃষ্ঠপোষক এডুপেকড সংস্থাৰ এনে পদক্ষেপৰ বাবে লখিমপুৰ বালিকা মহাবিদ্যালয়ে সংশ্লিষ্ট ব্যক্তি আৰু কৰ্তৃপক্ষৰ শলাগ লৈছে। এই সুবিধা লাভ কৰা ছাত্রীকেইগৰাকী হৈছে- ৰি...