April 20, 2025 8:53 PM
লাডাখত তীব্ৰ তুষাৰপাতৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা আৰু কৰ্মীক সতর্কতা জাৰী
লাডাখত যোৱা শনিবাৰৰ পৰা তীব্ৰ তুষাৰপাত হোৱাৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা বিভাগ আৰু কৰ্মীসকলৰ বাবে সতর্কতা জাৰী কৰিছে। মুখ্য কাৰ্যবাহী কাউন্সিলাৰ তাছী গ্যালচনে সংশ্লিষ্...