April 20, 2025 8:53 PM

views 68

লাডাখত তীব্ৰ তুষাৰপাতৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা আৰু কৰ্মীক সতর্কতা জাৰী

লাডাখত যোৱা শনিবাৰৰ পৰা তীব্ৰ তুষাৰপাত হোৱাৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা বিভাগ আৰু কৰ্মীসকলৰ বাবে সতর্কতা জাৰী কৰিছে। মুখ্য কাৰ্যবাহী কাউন্সিলাৰ তাছী গ্যালচনে সংশ্লিষ্ট সকলো বিষয়াক সতৰ্ক হৈ থকাৰ লগতে যিকোনো জৰুৰী আহ্বানৰ প্ৰতি তৎকালীনভাৱে সঁহাৰি দিবলৈ নিৰ্দেশ দিছে। অঞ্চলটোৰ দুৰ্যোগ সঁহাৰি বাহিনী ইতিমধ্যে সাজু কৰি ৰখা হৈছে। অঞ্চলটোৰ কৃষি আৰু উদ্যান শস্য খণ্ড ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। ৰাজহুৱা সম্পত্তি তথা জীৱন ধাৰণৰ সৈতে জড়িত আন্তগাঁথনিসমূহত হোৱা ক্ষয়-ক্ষতিৰ সমীক্ষা চলাবলৈ ইতি...

December 13, 2024 5:26 PM

views 26

লাডাখত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলসহ পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ স্কী-ঢাল পৰিদৰ্শন

লাডাখত শীতকালীন পর্যটন আৰু ক্ৰীড়াৰ প্ৰসাৰৰ দিশত এটা পদক্ষেপ হিচাপে জ্যেষ্ঠ স্কী প্রশিক্ষক চৈয়দ চামচুদ্দিনৰ নেতৃত্বত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ'চিয়েছনৰ দলটোৱে পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ সৈতে নামছুৰুত স্কী-ঢাল পৰিদৰ্শন কৰে। দলটোৱে এই ঢালটোক স্কী কাৰ্যকলাপৰ বাবে উপযোগী বুলি বিবেচনা কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত থকা স্থানীয় গাঁৱৰ লোকসকলে অঞ্চলটোৰ বৰফৰ পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মতামত ব্যক্ত কৰি কয়, যে বছৰি গঢ়ে ২ৰ পৰা ৩ ফুট পর্যন্ত বৰফ পৰি অঞ্চলটো শীতকালীন ক্রীড়াৰ বাবে আদৰ্শ স্থ...

May 12, 2024 8:26 PM

views 30

লাডাখৰ ৰাজ্যিক আইকন ফুনচ’ক লাডাখৰ নেতৃত্বত ভোটাৰ সজাগতা অভিযান

লাডাখৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে লাডাখৰ ৰাজ্যিক আইকন ফুনচ'ক লাডাখৰ নেতৃত্বত ভোটাদাতাৰ সজাগতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে যোগাভ্যাসৰ প্ৰশান্তি তথা ধনুর্বিদ্যাৰ উত্তেজনাৰ সমন্বয়ৰে আয়োজিত এটা অনুষ্ঠানত ব্যাপক সংখ্যাক লোক অংশগ্ৰহণ কৰে। জানচকাৰৰ চেক্রেড চানি লেইকত আয়োজিত এই অনুষ্ঠানটোত স্থানীয় সম্প্রদায়, জানচকাৰৰ এচ ডি এম, কাৰ্গিল ছুইপৰ নডেল অফিচাৰকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰে। চেক্ৰেড চানি হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দৃষ্টিনন্দন দৃশ্যা পশ্...