June 13, 2025 8:10 PM

views 10

দেশৰ ৪৫,০০০ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক গ্রন্থ প্ৰেৰণ

অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্রন্থ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জনোৱা অনুসৰি লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অসম প্রকাশন পৰিষদক দায়িত্ব অর্পন কৰিছিল। সেই অনুসৰি বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক গ্ৰন্থখন ৰচনাৰ দায়িত্ব দিয়া হয়। তেওঁ লগতে কয়, যে নিৰ্দিষ্ট ...