May 25, 2024 11:38 AM

views 18

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ Sunflowers were the first ones to know’ শীর্ষক ছবিখনৰ ‘লা চিনেফ’ বঁটা লাভ

৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছাত্ৰ চিদানন্দ এছ নাইক আৰু তেওঁৰ দলৰ Sunflowers were the first ones to know' শীর্ষক ছবিখনে 'লা চিনেফ' বঁটা লাভ কৰিছে। বুধবাৰে মহোৎসৱস্বীত ভাৰতীয় চলচ্চিত্ৰখনক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হয়। ছবিখনৰ পৰিচালনা চিদানন্দ এছ নাইকৰ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কয় যে ভাৰতীয় চিনেমাৰ বাবে এয়া এক ঐতিহাসিক মুহূর্ত। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ছবিয়ে প্রশংসা লাভ কৰি আহিছে। বিগত কেইবছৰমানৰ পৰা এই মহোৎসৱত ছাত্ৰ-ছাত্ৰীৰ ছবি ...