August 29, 2024 9:19 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছেঃ ড০ এল মুৰুগন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগনে আজি গুৱাহাটীত প্ৰকাশ কৰে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰীয়ে অঞ্চলটোৰ উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী কাৰ্যালয়ৰ কেইবাগৰাকী জ্যেষ...