August 31, 2024 12:40 PM

views 35

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় আঁচনি পৰিদর্শন সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী ড° এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্রী ড° এল মুৰুগানে কালি সন্ধিয়া চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনি পৰিদর্শন কৰে। তেওঁ ছেৰফাংগুৰিত ৰাষ্ট্ৰীয় খোৱাতেল অভিযান অইল পাম প্ৰকল্পৰ হিতাধিকাৰী আৰু কৃষকসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্রীগৰাকীয়ে পি এম কিষান সম্মান নিধি আৰু প্ৰধানমন্ত্রী ফচল বীমা যোজনা আঁচনিৰ অধীনৰ কৃষকসকলকো সাক্ষাৎ কৰি এই আঁচনিসমূহৰ বিষয়ে তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰে। ইয়াৰ লগতে শ্ৰীমুৰুগানে শান্তিপুৰত নির্মীয়মাণ কস্তুৰ...